Assam Police(@assampolice) 's Twitter Profile Photo

On this , remember: protecting your child's safety online isn't child's play!

Think before you share, because being a 'Sharent' comes with serious consequences for your child's wellbeing.

On this #GlobalDayOfParents, remember: protecting your child's safety online isn't child's play!  

Think before you share, because being a 'Sharent' comes with serious consequences for your child's wellbeing.

#DontBeASharent
account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বৰাক উপত্যকাত চলি থকা বানপানীৰ প্ৰতিক্ৰিয়াস্বৰূপে, এটা অতিৰিক্ত দল
1st NDRF
নিয়োজিত কৰা হৈছে। এলজিবিআই বিমানবন্দৰ, গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে
NDRF 🇮🇳
गृहमंत्री कार्यालय, HMO India
Assam Police

বৰাক উপত্যকাত চলি থকা বানপানীৰ প্ৰতিক্ৰিয়াস্বৰূপে, এটা অতিৰিক্ত দল 
@01NDRFGUWAHATI
 নিয়োজিত কৰা হৈছে। এলজিবিআই বিমানবন্দৰ, গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে
@NDRFHQ
@HMOIndia
@assampolice
account_circle
DY365(@DY365) 's Twitter Profile Photo

চৰকাৰৰ ৰোষত অসমৰ জনপ্ৰিয় ইউটিউবাৰ।অসম আৰক্ষীৰ টাৰ্গেটত কেইবাজনো ইউটিউবাৰ। অনলাইন গেমিঙৰ বিজ্ঞাপন প্ৰচাৰ কৰা ইউটিউবাৰৰ বিৰুদ্ধে এক্সন।

account_circle
Jorhat Police(@Jorhat_Police) 's Twitter Profile Photo

যোৰহাট আৰক্ষীয়ে হেৰুৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দিয়ে।

Chief Minister Assam DGP Assam GP Singh Hardi Singh Assam Police

যোৰহাট আৰক্ষীয়ে  হেৰুৱা মোবাইল ফোন  উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দিয়ে।

@CMOfficeAssam @DGPAssamPolice @gpsinghips @HardiSpeaks @assampolice
account_circle
Pranjal K Sarma(@PranjalKSarma) 's Twitter Profile Photo

KRISHNA PUZARI এইগৰাকী পুলিচ হোৱাৰ যোগ্যই নহয়। এওঁৰ কাৰণে এইখন পৃথিৱীত বহুতো ব্যৱসায় আছে। Assam Police DGP Assam Chief Minister Assam

account_circle
Monuj . . Saikia(@MonujSa49371303) 's Twitter Profile Photo

শিক্ষামন্ত্ৰী Ranoj Pegu (Modi Ka Parivar) ডাঙৰীয়া এই শিক্ষক জনৰ বিৰুদ্ধে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰ্হণ কৰিবনে শিক্ষকৰ নিচিনা পবিত্ৰ বৃত্তিত থাকি জুৱা খেলৰ প্ৰমোচন কৰে Himanta Biswa Sarma (Modi Ka Parivar) Ranoj Pegu (Modi Ka Parivar) @cmoassam
Assam Police
GP Singh

শিক্ষামন্ত্ৰী @ranojpeguassam ডাঙৰীয়া এই শিক্ষক জনৰ বিৰুদ্ধে শিক্ষা বিভাগে ব্যৱস্থা গ্ৰ্হণ কৰিবনে শিক্ষকৰ নিচিনা পবিত্ৰ বৃত্তিত থাকি জুৱা খেলৰ প্ৰমোচন কৰে  @himantabiswa @ranojpeguassam @cmoassam
@assampolice 
@gpsinghips
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


ধেমাজি আৰক্ষী অধীক্ষকৰ তত্বাবধানত চিলাপথাৰ থানাৰ আৰক্ষীয়ে আজি ইং ৩১.০৫.২০২৪ তাৰিখে অভিযান চলাই দুজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁলেকৰ পৰা ১৭.০১ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam Assam Police
GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষী অধীক্ষকৰ তত্বাবধানত চিলাপথাৰ থানাৰ  আৰক্ষীয়ে  আজি ইং ৩১.০৫.২০২৪ তাৰিখে  অভিযান চলাই দুজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁলেকৰ পৰা ১৭.০১ গ্ৰাম সন্দেহযুক্ত হিৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam @assampolice 
@gpsinghips @HardiSpeaks
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ২৬.০৫.২০২৪ তাৰিখে ধেমাজি গোগামুখ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা ২.৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
Chief Minister Assam Assam Police DGP Assam GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে
এক গোপন সূত্ৰৰ পম খেদি যোৱা ইংৰাজী ২৬.০৫.২০২৪ তাৰিখে ধেমাজি  গোগামুখ থানাৰ আৰক্ষীয়ে অভিযান চলাই এজন ব্যক্তিক আটক  কৰাৰ লগতে তেওঁৰ পৰা ২.৫ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
@CMOfficeAssam @assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks
account_circle