BJP Nalbari District(@BJP4Nlb) 's Twitter Profileg
BJP Nalbari District

@BJP4Nlb

Official Twitter handle of BJP Nalbari District , BHARAT

Sewa hi Sangathan

ID:1394352389268799488

calendar_today17-05-2021 18:01:54

810 Tweets

307 Followers

67 Following

BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

Assam’s landscape is indeed undergoing a remarkable transformation with the Kaziranga Elevated Corridor, Guwahati Ring Road, Nehru Stadium redevelopment, Guwahati North Guwahati bridge, etc. Thank you HPM Narendra Modi ji 

account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা ৰাজ্য চৰকাৰৰ । ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে।

অসম বাজেটে উদ্যোগী মনোভাৱ বৃদ্ধিৰ বাবে অনুদান, ৰাজসাহায্য, ঋণ প্ৰদান কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানেৰে মহিলাসকলৰ সবলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

অসম বাজেটে উদ্যোগী মনোভাৱ বৃদ্ধিৰ বাবে অনুদান, ৰাজসাহায্য, ঋণ প্ৰদান কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানেৰে মহিলাসকলৰ সবলীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

ছাত্ৰী শিক্ষাৰ্থীৰ শৈক্ষিক যাত্ৰাত উদগনিমূলক পদক্ষেপৰ নতুন মাত্ৰা । 'মুখ্যমন্ত্ৰী নিযুত মইনা'ৰ বাবে বাজেটত মুঠ আবণ্টন ২৪০ কোটি টকা৷

ছাত্ৰী শিক্ষাৰ্থীৰ শৈক্ষিক যাত্ৰাত উদগনিমূলক পদক্ষেপৰ নতুন মাত্ৰা । 'মুখ্যমন্ত্ৰী নিযুত মইনা'ৰ বাবে বাজেটত মুঠ আবণ্টন ২৪০ কোটি টকা৷ #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

২০১৬ চনৰ পৰা অসমৰ জনমূৰি আয় অভিলেখ ১২৩ % বৃদ্ধি পাইছে - এইয়া ৰাজ্যখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক দ্ৰুত সমৃদ্ধিৰ বৃদ্ধি।

২০১৬ চনৰ পৰা অসমৰ জনমূৰি আয় অভিলেখ ১২৩ % বৃদ্ধি পাইছে - এইয়া ৰাজ্যখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক দ্ৰুত সমৃদ্ধিৰ বৃদ্ধি। #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

২০১৬ চনৰ পৰা অসমৰ জনমূৰি আয় অভিলেখ ১২৩% বৃদ্ধি পাইছে - এইয়া ৰাজ্যখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক দ্ৰুত সমৃদ্ধিৰ বৃদ্ধি।

২০১৬ চনৰ পৰা অসমৰ জনমূৰি আয় অভিলেখ ১২৩% বৃদ্ধি পাইছে - এইয়া ৰাজ্যখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক দ্ৰুত সমৃদ্ধিৰ বৃদ্ধি। #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, যেতিয়াৰ পৰা ৰাইজে ডাবল ইঞ্জিন চৰকাৰক ভোট দিছে, তেতিয়াৰ পৰা ৰাজ্যৰ GSDP ১৫০% বৃদ্ধি পাইছে ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, যেতিয়াৰ পৰা ৰাইজে ডাবল ইঞ্জিন চৰকাৰক ভোট দিছে, তেতিয়াৰ পৰা ৰাজ্যৰ GSDP ১৫০% বৃদ্ধি পাইছে ৷ #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

২০১৪ চনৰ পৰা এতিয়ালৈকে অসমত ৮০.৩৬ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ পৰা বাহিৰ ওলাই আহিছে

২০১৪ চনৰ পৰা এতিয়ালৈকে অসমত ৮০.৩৬ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ পৰা বাহিৰ ওলাই আহিছে #AssamBudget2024
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

প্ৰখৰ ৰাষ্ট্ৰবাদী, উৎকৃষ্ট সংগঠক, অন্ত্যোদয়া আৰু একাত্ম মানৱতাবাদৰ প্ৰণেতা, আমাৰ নেতা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আজি পুণ্যতিথিত উদযাপিত সমৰ্পণ দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো ।

১৫ বছৰ ধৰি অসমত কংগ্ৰেছে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ১১৫ টকাতে স্থিৰ কৰি ৰাখিছিল। বিগত ৮ বছৰত বিজেপি চৰকাৰে...
👉 চাহ শ্ৰমিকৰ দৰমহা ১০০% বৃদ্ধি কৰিছে
👉 পি এম আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰিছে
👉 চৰকাৰী চাকৰিত আৰক্ষণ দিছে
👉 চাহ বাগিছা অঞ্চলত বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰিছে

account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

51.55 crore PM Jan Dhan accounts have been opened, holding deposits exceeding Rs. 2 lakh crore. Modi Guarantee connects crores with the banking system.

account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

India's Digital Public Infrastructure offers adaptable, secure, and inclusive solutions. The AI-driven language translation platform, Bhashini, fosters digital inclusion across various languages.

account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাই জীৱনক ৰূপান্তৰিত কৰে, মাতৃ আৰু ভগ্নীসকলৰ মংগল, সহজতা, আৰু সৱলীকৰণ নিশ্চিত কৰে। এয়া মোডী জীৰ গেৰাণ্টী।

account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ বাজেটত মুঠ ১০,৩৬৯ কৌটি টকাৰ আৱণ্টন দিয়া হৈছে । এইয়া ২০০৯ - ১৪ বৰ্ষৰ বাজেট আৱণ্টনতকৈ ৫ গুণে বেছি। মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া অসমত প্ৰগতি আৰু উন্নয়নে নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে ।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইবাৰৰ বাজেটত মুঠ ১০,৩৬৯ কৌটি টকাৰ আৱণ্টন দিয়া হৈছে । এইয়া ২০০৯ - ১৪ বৰ্ষৰ বাজেট আৱণ্টনতকৈ ৫ গুণে বেছি। মোদী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া অসমত প্ৰগতি আৰু উন্নয়নে নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে । #viksitbharatbudget #modikigaurantee
account_circle
BJP Nalbari District(@BJP4Nlb) 's Twitter Profile Photo

The northeastern region witnessed a new dawn of development, thank you Hon’ble PM Shri Narendra Modi ji for giving paramount attention to the once-neglected region.

account_circle